Duru Duru Koi Kope Lyrics Zubeen Garg & Zublee Baruah, visit AssameseLyrical.com for more Assamese lyrics
Song: Duru Duru Koi Kope (দুৰু দুৰু কৈ কঁপে)
Singer: Zubeen Garg & Zublee Baruah
Lyrics: Apurba Jyoti Bhuyan
Music Director: Nanda Banerjee
Movie: Janaknandini
![]() |
Duru Duru Koi Kope Lyrics |
Duru Duru Koi Kope Lyrics:---
দুৰু দুৰু কৈ কঁপে হিয়া
দুৰু দুৰু কৈ কঁপে হিয়া
তোমাৰ চাওনিতে
হে. . .
দুৰু দুৰু কৈ কঁপে হিয়া
তোমাৰ চাওনিতে
উৰু উৰু যেন লাগে আজি
এই নিবিড় বনতে
অ’... অ’... অ’...
এই নিবিড় বনতে
(দুৰু দুৰু কৈ কঁপে হিয়া
তোমাৰ চাওনিতে) ×২
উৰু উৰু যেন লাগে আজি
এই নিবিড় বনতে
অ’... অ’... অ’...
এই নিবিড় বনতে
মুদি মুদি দুচকু সপোন সাৱটো
মুদি মুদি দুচকু সপোন সাৱটো
নিজম নিশাতে...
(আহোঁ নাহোঁঁ ভাবেৰে
নাযাবা আঁতৰি) ×২
অহা যোৱাৰ চলেৰে
আহিবা আহিবা বুলি
ভাবোঁতে ভাবোঁতে
আশাৰ নিজৰা বয় বু-কু-লে...
হে...
দুৰু দুৰু কৈ কঁপে হিয়া
তোমাৰ চাওনিতে
উৰু উৰু যেন লাগে আজি
এই নিবিড় বনতে
অ’... অ’... অ’...
এই নিবিড় বনতে
(জুমি জুমি নেদেখা
দূৰণিৰ তৰাবোৰ) ×২
চুবলৈ দুহাতেৰে...
(নাচি নাচি দুৱৰিৰ
কোমল দলিচাত) ×২
সেউজী সেউজী ঘাতত
সোণালী সপোনৰ নদী
মৰমৰ কলধ্বনি
আশাৰ বিৰিণা ৰয় কাষতে
হে...
দুৰু দুৰু কৈ কঁপে হিয়া
তোমাৰ চাওনিতে
সৰু সৰু যেন লাগে আজি
এই নিবিড় বনতে
অ’... অ’... অ’...
এই নিবিড় বনতে
এই নিবিড় বনতে
এই নিবিড় বনতে
এই নিবিড় বনতে
এই নিবিড় বনতে...
COMMENTS