Horini Nayana Tumi Aparupa Lyrics | Udit Narayan

Published on March 24, 2020

Song: Horini Nayana Tumi Aparupa (হৰিণী নয়না তুমি অপৰূপা)

Singer: Udit Narayan 

Horini Nayana Tumi Aparupa Lyrics
Horini Nayana Tumi Aparupa Lyrics

Horini Nayana Tumi Aparupa Lyrics:—

হৰিণী নয়না তুমি অপৰূপা
মিচিকি হাঁহিৰে কিযে অনুপমা
অ’ অ’ অ’ তুমি দেখা দিলাহি
অ’ অ’ অ’ তুমি দেখা দিলাহি
হ’লাহি হঠাতে ইমান আপোন
হৰিণী নয়না তুমি অপৰূপা
মিচিকি হাঁহিৰে কিযে অনুপমা
অ’ অ’ অ’ তুমি দেখা দিলাহি
অ’ অ’ অ’ তুমি দেখা দিলাহি
হ’লাহি হঠাতে ইমান আপোন

মিঠা মিঠা লগা আজিৰ আবেলি
কিনো ৰং সানিলা
তুমি আহি
মিঠা মিঠা লগা আজিৰ আবেলি
কিনো ৰং সানিলা
তুমি আহি
দিবানে উজাৰি ভালপোৱাখিনি
দিবানে উজাৰি ভালপোৱাখিনি
হ’বানে লগৰি তুমিয়ে মোৰ
হৰিণী নয়না তুমি অপৰূপা
মিচিকি হাঁহিৰে কিযে অনুপমা
অ’ অ’ অ’ তুমি দেখা দিলাহি
অ’ অ’ অ’ তুমি দেখা দিলাহি
হ’লাহি হঠাতে ইমান আপোন

সৰু সৰু তৰা
কিমান শুৱনি
জোনাকৰ ফুলনি
কোৱা তুমি
সৰু সৰু তৰা
কিমান শুৱনি
জোনাকৰ ফুলনি
কোৱা তুমি
গাভৰু মনৰে প্ৰেম নদীখনি
গাভৰু মনৰে প্ৰেম নদীখনি
বোৱালা বুকুলে তুমিয়ে মোৰ
হৰিণী নয়না তুমি অপৰূপা
মিচিকি হাঁহিৰে কিযে অনুপমা
অ’ অ’ অ’ তুমি দেখা দিলাহি
অ’ অ’ অ’ তুমি দেখা দিলাহি
হ’লাহি হঠাতে ইমান আপোন