Assamese Lyrics
Jetiya Xunali Hoi Lyrics | Shanta Uzir
Song: Jetiya Xunali Hoi (যেতিয়া সোণালী হয়)
Singer: Shanta Uzir
![]() |
| Jetiya Xunali Hoi Lyrics |
Jetiya Xunali Hoi Lyrics:—
যেতিয়া সোণালী হয়
ধাননি পথাৰ
যেতিয়া সোণালী হয়
ধাননি পথাৰ
সাগৰ সাগৰ লাগে
সাগৰ সাগৰ লাগে
দূৰৰ পৰাই সেৱাটি জনাওঁ
দূৰৰ পৰাই সেৱাটি জনাওঁ
মুগ্ধ মুগ্ধ নয়নে
মুগ্ধ মুগ্ধ নয়নে
যেতিয়া সোণালী হয়
ধাননি পথাৰ…।
আলফুলে মই যাওঁ বাট বুলি
আলফুলে মই যাওঁ বাট বুলি
পকা ধানৰ মাজে মাজে
কৰোঁ আলিঙ্গন, মাতৃ অনুভৱ
কৰোঁ আলিঙ্গন, মাতৃ অনুভৱ
পৰম আনন্দ মনেৰে
পৰম আনন্দ মনেৰে
মুগ্ধ মুগ্ধ নয়নে
মুগ্ধ মুগ্ধ নয়নে
যেতিয়া সোণালী হয়
ধাননি পথাৰ…।
কণ্ঠত মোৰ বাজে ৰৈ ৰৈ
হেজাৰ পখিৰ গান
কণ্ঠত মোৰ বাজে ৰৈ ৰৈ
হেজাৰ পখিৰ গান
নাচে দুচকুত সৃষ্টিৰ প্লাৱন
নাচে দুচকুত সৃষ্টিৰ প্লাৱন
অনুভৱে মিঠা মাত
অনুভৱে মিঠা মাত
মুগ্ধ মুগ্ধ নয়নে
মুগ্ধ মুগ্ধ নয়নে
যেতিয়া সোণালী হয়
ধাননি পথাৰ
সাগৰ সাগৰ লাগে
সাগৰ সাগৰ লাগে
দূৰৰ পৰাই সেৱাটি জনাওঁ
দূৰৰ পৰাই সেৱাটি জনাওঁ
মুগ্ধ মুগ্ধ নয়নে
মুগ্ধ মুগ্ধ নয়নে
মুগ্ধ মুগ্ধ নয়নে
মুগ্ধ মুগ্ধ নয়নে
