Lakhyahinata Poem By Kuladhar Rabha

Poem: Lakhyahinata (লক্ষ্যহীনতা)

Poet: Kuladhar Rabha

Lakhyahinata Poem
Lakhyahinata Poem

Lakhyahinata Poem:---

জীৱন সংগ্ৰাম
কৰিলোঁ বহু
আশা বুকুত লৈ
নৈৰ মহনাত

ভাবিলোঁ অকলে
অন্তহীন বিজয়ময়
তথাপি আছিল
বুকুত আশা

সৃষ্টিৰ লক্ষ্য জয়
সেয়া আজি
হ’লগৈ পুৰণি
আজি নিৰাশাময়।

Post a Comment

Previous Post Next Post

Contact Form