Meli Dilu Mon Lyrics Dr. Birendra Nath Dutta, visit AssameseLyrical.com for more Assamese lyrics
Song: Meli Dilu Mon (মেলি দিলোঁ মন)
Singer: Dr. Birendra Nath Dutta
Music: Dr. Birendra Nath Dutta
![]() |
Meli Dilu Mon Lyrics |
Meli Dilu Mon Lyrics:---
মেলি দিলোঁ মন
অ' তুলি দিলোঁ মন ডিঙাৰে পাল
আৰু আকাশে মেলিলে ক’লা কেশ
নাজানো কোন সীমাত হ’ব
এই নদীৰে শেষ
মেলি দিলোঁ মন...
অ' তুলি দিলোঁ মন ডিঙাৰে পাল....
আৰু আকাশে মেলিলে ক’লা কেশ...
নাজানো কোন সীমাত হ’ব
এই নদীৰে শেষ...!
মেলি দিলোঁ মন...
অ তুলি দিলোঁ মন ডিঙাৰে পাল
অ’...অ'...অ'....
ৰঙা মেঘৰ ঢৌৱে ঢৌৱে
কলৈ বাৰু যাম
সূৰুজ গ'লা আকাশৰে দেশ জানো পাম,
ৰঙা মেঘৰ ঢৌৱে ঢৌৱে
কলৈ বাৰু যাম
সূৰুজ গ'লা আকাশৰে দেশ জানো পাম,
গধূলিৰে পশ্চিম আকাশ
সোণৰ খনিৰ দেশ
মেঘৰ মায়াত মন আজি
মোৰ হ’ল নিৰুদ্দেশ
মেলি দিলোঁ মন
অ' তুলি দিলোঁ মন ডিঙাৰে পাল
আৰু আকাশে মেলিলে ক’লা কেশ...
নাজানো কোন সীমাত হ’ব
এই নদীৰে শেষ
মেলি দিলোঁ মন...
অ তুলি দিলোঁ মন ডিঙাৰে পাল
অ’ মেলি দিলোঁ মন...
ডিঙাৰে পাল...
অ' তুলি দিলোঁ মন.....
ডিঙাৰে পাল....৷
COMMENTS