Oi Nahor Togor Aarote Lyrics By Zubeen Garg & Zublee Baruah, visit AssameseLyrical.com for more Assamese lyrics
Song: Oi Nahor Togor Aarote (অই নাহৰ তগৰ আঁৰতে)
Singer: Zubeen Garg & Zublee Baruah
album: Nahor
![]() |
Oi Nahor Togor Aarote Lyrics |
Oi Nahor Togor Aarote Lyrics:--
অই নাহৰ তগৰ আঁৰতে
অই জিলিকে মোৰ জোন অই
অই সাইলাখ তোৰে মুখখনি
অই পদুম তগৰ ফুলিলে
ফুলিলে মোৰ শেৱালি
মৰমত কঁপে বুকুখনি
অই না না না না নানানা
অই না না না না নানানা
(অই নাহৰ ফুলাৰ বতৰ
অই নাহৰ মোৰ মৰমৰ
অই নাহৰ অই নাহৰ অই নাহৰ
আনিলি তই ব’হাগৰে খবৰ) ×২
(বুকুতে বাজিছে ঢোলৰে চাপৰ
তেজতো উঠিছে পিৰীতিৰে লহৰ) ×২
অই নাহৰ ফুলাৰ বতৰ
অই নাহৰ মোৰ মৰমৰ
অই নাহৰ অই নাহৰ অই নাহৰ
আনিলি তই ব’হাগৰে খবৰ
(অই নালাগে ভোগ-ভাগৰ
অই যৌৱনৰ ভৰ দুপৰ
অই নাহৰ অই নাহৰ অই নাহৰ
যাচিবিনে পানীটুপি পিয়াহৰ) ×২
(পালানে বাতৰি নাচনী কঁকালৰ
কলিজাত সানি দিম আচুতীয়া আদৰ) ×২
অই নালাগে ভোগ-ভাগৰ
অই যৌৱনৰ ভৰ দুপৰ
অই নাহৰ অই নাহৰ অই নাহৰ
যাচিবিনে পানীটুপি পিয়াহৰ
(অ’ সপোন দেখা মনৰ
অই এখন আশাৰে ঘৰ
অই নাহৰ অই নাহৰ অই নাহৰ
পাৰিবিনে চেনেহৰে চাদৰ) ×২
(নিদিবা বছৰক সলাব বাগৰ
বিচনী নালাগে পাতিম মই আঁচলৰ) ×২
অ’ সপোন দেখা মনৰ
অই এখন আশাৰে ঘৰ
অই নাহৰ অই নাহৰ অই নাহৰ
পাৰিবিনে চেনেহৰে চাদৰ
(অই নাহৰ ফুলাৰ বতৰ
অই নাহৰ মোৰ মৰমৰ
অই নাহৰ অই নাহৰ অই নাহৰ
আনিলি তই ব’হাগৰে খবৰ) ×২
(বুকুতে বাজিছে ঢোলৰে চাপৰ
তেজতো উঠিছে পিৰীতিৰে লহৰ) ×২
অই না না না না...
Rati Rati | Ratnakar | Jatin Bora | Zubeen Garg | Lyrics ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে খেদি খেদি মোক ZUBEEN DA BEST HIT SONG
ReplyDelete