Politics Nokoriba Bondhu Lyrics | Zubeen Garg

Song: Politics Nokoriba Bondhu (পলিটিক্স নকৰিবা বন্ধু)

Singer: Zubeen Garg

Politics Nokoriba Bondhu Lyrics
Politics Nokoriba Bondhu Lyrics

Politics Nokoriba Bondhu Lyrics:--

পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
দুবেলা দু-সাজ ভাত খুটি খুটি খাওঁ
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
জাতিৰ মাটিৰ গান গুণ গুণাও
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু

মন্ত্ৰী এম এল এ চব
পাপৰ হে মাত্ৰ
দেখিবলে খাদ্য
আঁচলতে শব্দ
খ্যমতাৰ জোৱাৰত
আমি আছো মুগ্ধ
জাগ্ৰত জনতাক
কৰি দিশ ভ্ৰষ্ট
পৰিবৰ্তন শব্দত শুনিবলে ভাল
ঘেন্তা ডাল

পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
দুবেলা দু-সাজ ভাত খুটি খুটি খাওঁ
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
জাতি মাটি ভেটি
আৰু প্ৰগতি
জাতি জনগোষ্ঠী
আছ লুটি পুতি
মন্দিৰ মজ্জিদ
সেৱা কৰি লাভ নাই
সৌ-জনো সন্মুখত
হাঁহি মাৰি সাৰি যায়
জানি লবি সবে

তহঁতৰো আহি আছে কাল
আমি মহা কাল
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
দুবেলা দু-সাজ ভাত খুটি খুটি খাওঁ
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু
জাতিৰ মাটিৰ গান গুণ গুণাও
পলিটিক্স নকৰিবা বন্ধু
পলিটিক্স নকৰিবা বন্ধু ।

Post a Comment

Previous Post Next Post

Contact Form