Rock - Pothe Pothe Bohu Baat Buli Lyrics by Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Rock - Pothe Pothe Bohu Baat Buli (পথে পথে বহু বাট বুলি)
Singer: Zubeen Garg
![]() |
Rock - Pothe Pothe Bohu Baat Buli Lyrics |
Rock - Pothe Pothe Bohu Baat Buli Lyrics:--
Rock Rock Rock
Rock Rock
Rock you baby - 2
I am gonna rock you forever
পথে পথে বহু বাট বুলি
যাযাবৰ হৈ ঘুৰিলো
বহু দিলো বহু পালো জীৱনত
কত সপোনক চুই চালো
কত সপোনক ভাঙিলো
মায়াবী মৰীচিকা খেদি ৰং ল’লো
হহা কন্দাৰ খেল দেখিলো
কত শত জন হেৰোৱালো
তথাপিও বাৰে বাৰে ঘুৰি আহো তোমাৰ কাষলে
Rock Rock Rock
Rock Rock
Rock you baby - 2
I am gonna rock you forever
যুজাৰু যে মই আছিলো
যুজাৰু যে মই আজিও
নেমানো একোকে সম্মুখত আগুৱামেই
পোহৰ লৈ মোৰ দুহাতে
ফাগুন আহে মোৰ দুকাষে
ৰ’লোৱা ঘুৰাৰ দৰে চেকুৰিমেই
খোজে খোজে তোমাক বিছাৰো
প্ৰতি পলে তোমাক সোৱৰো
বাকি জীৱন তোমাৰ মাজতে মই সামৰো
Rock Rock Rock
Rock Rock
Rock you baby - 2
I am gonna rock you forever
COMMENTS