Xeujiya Mon Xeujiya Praan Lyrics By Zubeen Garg

Published on March 31, 2020

Song: Xeujiya Mon Xeujiya Praan (সেউজীয়া মন সেউজীয়া প্ৰাণ)

Singer: Zubeen Garg

Album: Rong

Xeujiya Mon Xeujiya Praan Lyrics
Xeujiya Mon Xeujiya Praan Lyrics 

Xeujiya Mon Xeujiya Praan Lyrics:–

(সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান) ×২
সেউজীয়া দিন মোৰ সেউজীয়া নিশা
প্ৰতিটো প্ৰহৰ আজি ফুল
(ফুল ফুল ফুল…)
সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান
(তোমাৰ প্ৰেৰণা আজি প্ৰভাতে প্ৰভাতে
তোমাৰ প্ৰেৰণা আজি তেজে তেজে) ×২
(এন্ধাৰো লুকাই চকুত তোমাৰ) ×২
বিয়পাই পোহৰ সোণালী
সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান
সেউজীয়া দিন মোৰ সেউজীয়া নিশা
প্ৰতিটো প্ৰহৰ আজি ফুল
(ফুল ফুল ফুল…)

(তোমাৰ তুলনা দিব আকাশে-বতাহে
তোমাৰ তুলনা দিব ফুলে-পাতে) ×২
(মোৰ মন মাথোঁ আছে জুৰি) ×২
তোমাৰ মনৰ প্ৰীতি
সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান
সেউজীয়া দিন মোৰ সেউজীয়া নিশা
প্ৰতিটো প্ৰহৰ আজি ফুল
(ফুল ফুল ফুল…)
(সেউজীয়া মন সেউজীয়া প্ৰাণ
সেউজীয়া যৌৱন সেউজীয়া গান)… ×৪