Aalfule Moromote Lyrics By Zubeen Garg

Song: Aalfule Moromote (আলফুলে মৰমতে)

Singer: Zubeen Garg

Aalfule Moromote Lyrics
Aalfule Moromote Lyrics

Aalfule Moromote Lyrics:--

আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে


নাই তই কাষতে
কিনো আবেগতে
এনে বহাগতে
মোৰ মন পদুলিতে
কোনে ৰিঙি মাৰে

আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে
নাই তই কাষতে
জুমি জুমি চা
দূৰণিলে
মই আছো ৰৈ
বিহুতলীতে
আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে
নাই তই কাষতে

বিহুযে উৰুঙা
মন ৰায় যায়
যোৱাটো বিহুৰে পৰা
তোকে দেখা নাই
বিহুযে উৰুঙা
মন ৰায় যায়
যোৱাটো বিহুৰে পৰা
তোকে দেখা নাই
সাজি কাচি নাচি বাগি
আহিলো ওলাই
পথাৰতে থাকিবি ৰৈ
ঢোলেটি বজায়
আছো ঢোলে বায়
তইহে শুনা নাই
আছো ঢোলে বায়
তইহে শুনা নাই
আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে
নাই তই কাষতে

জিৰি জিৰি বতাহে
কলিজা কপায়
মন হ'ল উৰণীয়া
উৰি উৰি যায়
জিৰি জিৰি বতাহে
কলিজা কপায়
মন হ'ল উৰণীয়া
উৰি উৰি যায়
যোৰ পাতি উৰি গ'ল
এহালি চৰাই
চিনাকী সুৰতে এটি
মিঠা গীত গাই
ভাল লাগি যায়
তাকে চাই চাই
ভাল লাগি যায়
তাকে চাই চাই

আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে
নাই তই কাষতে
কিনো আবেগতে
এনে বহাগতে
মোৰ মন পদুলিতে
কোনে ৰিঙি মাৰে

জুমি জুমি চা
দূৰণিলে
মই আছো ৰৈ
বিহুতলীতে
আলফুলে মৰমতে
এনে বতৰতে
ৰিঙা ৰিঙা লাগে
নাই তই কাষতে

Post a Comment

Previous Post Next Post

Contact Form