Aji Pranor Mela Patisu Lyrics By Nirmal Prabha Bordoloi

Song: Aji Pranor Mela Patisu (আজি প্ৰাণৰ মেলা পাতিছো)

Singer: Nirmal Prabha Bordoloi

Aji Pranor Mela Patisu Lyrics
Aji Pranor Mela Patisu Lyrics

Aji Pranor Mela Patisu Lyrics:---

আজি প্ৰাণৰ মেলা পাতিছো
নতুন নাটক মেলিছো
সুৰৰ বন্তি নাচৰ শিখা
আকাশ ধিয়াই জ্বলিছো ।

আজি নতুন শপত আনিছো
হৃদয়তে থাপিছো
হাততে হাতে ধৰি যোৱাৰ
সেন্দুৰীয়া আলি গঢ়াৰ
অংগীকাৰ কৰিছো ।
আজি প্ৰাণৰ মেলা ...

আজি আইৰ চৰণ চুইছো
নতুন কুসুম ফুলাই
অঞ্জলি দিম ভাবিছো
দশ-দেৱতা জন-দেৱতা
তোমাৰ আশীষ মাগিছো
আজি প্ৰাণৰ মেলা ...

Post a Comment

Previous Post Next Post

Contact Form