Assamese Lyrics
Juwa Rati Megh Sopora Lyrics By Archana Mahanta
Song: Juwa Rati Megh Sopora (যোৱা ৰাতি মেঘ চপৰা)
Singer: Archana Mahanta
![]() |
| Juwa Rati Megh Sopora Lyrics |
Juwa Rati Megh Sopora Lyrics:–
যোৱা ৰাতি মেঘ চপৰা
কোনে নিলে উৰাই..
আজি পুৱা ৰ’দে জিলে মিলায়…
অ’ ৰ’দে
জিলে মিলায়…!
(আলি ধাকি পৰিলিহি শালিকী
ডিঙি ভাাঙি মোৰ ফালে চালি কি )←২
বুলি কুলকুলাই পালি কি ?
হুৰ হুৰ চৰাই !
দিলোঁ হুৰাই
জোৰে জোৰে তই গৈ চোতাল পুৱায়…
আজি পুৱা ৰ’দে জিলে মিলায়…
অ’ ৰ’দে
জিলে মিলায়…!
যোৱা ৰাতি মেঘ চপৰা
কোনে নিলে উৰাই..
আজি পুৱা ৰ’দে জিলে মিলায়…
অ’ ৰ’দে
জিলে মিলায়…!
(হালি জালি খোজ দিলি ৰচকী
কেনেকৈ হ’লি ইমান কথকী..?)←২
কাম নাই খালি কথা কৱ কি ?
হুৰ হুৰ চৰাই !
দিলোঁ হুৰাই
চোতালত তই গৈ ৰাতিপুৱাই
আজি পুৱা ৰ’দে জিলে মিলায়…
অ’ ৰ’দে
জিলে মিলায়…!
যোৱা ৰাতি মেঘ চপৰা
কোনে নিলে উৰাই..
আজি পুৱা ৰ’দে জিলে মিলায়…
অ’ ৰ’দে
জিলে মিলায়…! ৷৷
