Assamese Lyrics
Mahadeva Lyrics By Zublee Baruah
Song: Mahadeva (মহাদেৱা)
Singer: Zublee Baruah
![]() |
| Mahadeva Lyrics |
Mahadeva Lyrics:—
অ’ মহাদেৱা
শিৱ দম্বৰু বজাই
বম বম ভোলে, বম বম ভোলে
বম বম ভোলে, বম বম ভোলে ।
অ’ দেহে কৈলাশ হাবু ডুবু
খিলে খিলাই
ত্ৰিলোক মনতে বিচাৰি পায়
লাহী ৰঙিলী পাত
সেউজী গুড়ি তাত
বলিয়া ধতুৰাৰে ৰাগি জোকাৰিছে গাত
হাঁহিটি খুলি খিলে খিলাই
ত্ৰিলোক মনতে বিচাৰি পায়
অ’ দেহে কৈলাশ হাবু ডুবু খিলে খিলাই
ত্ৰিলোক মনতে বিচাৰি পায় ।
কিদৰে তাণ্ডৱ
ডেউকা কোবাই
বদলে কায়া
যাওনে নাযাওকে
দিয়ে প্ৰশান্তি
যায় গৈগে মায়া
দূৰ দূৰ
বহু দূৰণিৰ
ডাৱৰ বৰ দূৰণিৰ
সিঁচি এপোৱাৰে গ’লা তৃষ্ণাৰে পিৰেপিৰাই
ত্ৰিলোক মনতে বিচাৰি পায় ।
এটি দুটি
পাহৰি গন্তি
লাহেকৈ নিৰ্বাণ
আপোন প্ৰহে
জ্বলিলে বন্তি
গুণী জন নিৰ্মাণ
বুৰ বুৰ
বহু বুৰণি
ভাবৰ কত বুৰণি
বাগিচাত জোনাকী ফুলে তৰা তিৰে বিৰাই
ত্ৰিলোক মনতে বিচাৰি পায় ।।
