Mon Dole Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics
Song: Mon Dole (মন দোলে)
Singer: Zubeen Garg
![]() |
Mon Dole Lyrics |
Mon Dole Lyrics:---
নেজানোঁ ...
মন দোলে ফাগুনৰে বাত
ফুল ফুলে
অ’ পলাশ শিমলু
কি ৰং ৰঙে উতলা
নেজানোঁ ...
অ’ মই ৰূপহী নাজিতৰা
অ’ মই চুপহি মনোহৰা
অ’ পলাশ শিমলু
কি ৰং ৰঙে উতলা
নেজানোঁ ...
সৰাপাতবোৰ যেন সোঁৱৰণী
আকাশে বতাহে তাৰ আগমণি
অ’ মই লাজুকী ৰূপেচৰা
ঐ মোক মোক নেচাবি দূৰৈৰ পৰা
অ’ পলাশ শিমলু
কি ৰং ৰঙে উতলা
নেজানোঁ ... ।।
COMMENTS