Mon Dole Lyrics By Zubeen Garg

Mon Dole Lyrics By Zubeen Garg, visit AssameseLyrical.com for more Assamese lyrics

Song: Mon Dole (মন দোলে)

Singer: Zubeen Garg 

Mon Dole Lyrics By Zubeen Garg
Mon Dole Lyrics 

Mon Dole Lyrics:---

নেজানোঁ ...
মন দোলে ফাগুনৰে বাত
ফুল ফুলে
অ’ পলাশ শিমলু
কি ৰং ৰঙে উতলা
নেজানোঁ ...

অ’ মই ৰূপহী নাজিতৰা
অ’ মই চুপহি মনোহৰা
অ’ পলাশ শিমলু
কি ৰং ৰঙে উতলা
নেজানোঁ ...

সৰাপাতবোৰ যেন সোঁৱৰণী
আকাশে বতাহে তাৰ আগমণি
অ’ মই লাজুকী ৰূপেচৰা
ঐ মোক মোক নেচাবি দূৰৈৰ পৰা
অ’ পলাশ শিমলু
কি ৰং ৰঙে উতলা
নেজানোঁ ... ।।

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0