O Meghali Lyrics By Neel Akash - New Assamese Song 2020

Song: O Meghali (অ মেঘালী)

Singer: Neel Akash

Music Director: Ajoy Phukan

Lyrics: Abhijit Bhattacharjya

Music Producer: Pranoy Dutta

O Meghali Lyrics
O Meghali Lyrics

O Meghali Lyrics:---

অ মেঘালী
অ মেঘালী
সন্ধ্যা তৰাৰে ধেমালি
মৰমৰে বকুচাত উমলি
আছানে হিয়াৰে ফুল বুটলি
অ মেঘালী
অ মেঘালী
গোলাপৰ ৰঙেৰে ৰাঙলী
জোনাকৰ প্ৰেমেৰে বাউলি
কওঁ নেকি এবাৰ তোমাক
ভাল পাওঁ বুলি
হেঙুলি আকাশৰে তুমি বৰ্ণালী
স্বপ্নৰে ফুল বছা তুমি সপ্নলি
তুমি জানো নহইনে মোৰ
নিয়ৰৰে শেৱালী
তুমি জানো হইনে মোৰ ৰদালি

অ মেঘালী
অ মেঘালী
যদি তুমি এবাৰ চোৱা হাঁহি
ফুলি উঠিব সপোনৰে জালুকবাৰী
কৃষ্ণচোৰাৰ হাঁহি বতাহেও আঁকিব চুন
মৰম সনা এখনি ৰঙীন ছবি
তোমাৰ মৰমৰ চাকি জ্বলি
উজলাব পানবাজাৰৰ গলি
মাতি মাতি চাওঁ এবাৰ তোমাক
মৰম সনা এখনি ৰঙীন ছবি
অ মোৰ মৰমৰ দীপালী

অ মেঘালী
অ মেঘালী
যদি এবাৰ তুমি দিয়া মাত এখাৰি
জ্বলি উঠিব মোৰ প্ৰেম কাহিনী
তোমাৰে  মুখনি
ঢৌ তোলা চুলি তাৰি
ঘনে ঘনে মোক কৰেহি আমনি
জোনাকী তুমি পূহৰোৱা আহি
মোৰ এন্ধাৰ মনৰ ছবি
মাতি মাতি চাওঁ নেকি এবাৰ তোমাক
অ মোৰ মৰমৰ জোনালী

অ মেঘালী
অ মেঘালী
গোলাপৰ ৰঙেৰে ৰাঙলী
জোনাকৰ প্ৰেমেৰে বাউলি
কওঁ নেকি এবাৰ তোমাক
ভাল পাওঁ বুলি
হেঙুলি আকাশৰে তুমি বৰ্ণালী
স্বপ্নৰে ফুল বছা তুমি সপ্নলি
তুমি জানো নহইনে মোৰ
নিয়ৰৰে শেৱালী
তুমি জানো হইনে মোৰ ৰদালি

অ মেঘালী
অ মেঘালী

Post a Comment

Previous Post Next Post

Contact Form