Tumar Dusokute Lyrics By Bhaskar Opswel

Published on April 30, 2020

SONG: TUMAR DUSOKUTE

SINGER: BHASKAR OPSWEL & AAKANGKHYA DAS

MUSIC/MIXED/MASTERED: PINKAL PRATYUSH

LYRICS: PUNAM NATH & KISHORE BARUAH

Tumar Dusokute Lyrics
Tumar Dusokute Lyrics

Tumar Dusokute Lyrics:—

দুচকুতে প্ৰণয়ৰে ধেমালি
হৃদয়তে সৰা পাতৰ উচুপনি
দুচকুতে প্ৰণয়ৰে ধেমালি
হৃদয়তে সৰা পাতৰ উচুপনি

হাঁহি  হাঁহি ধাকি ধৰা
নজনাকে তুমিও নেদেখাকে
বুকুখনি কঁপি উঠে আৱেগৰ
আবেগতে গোপনে
বুকু তে আজি খেলা কৰে নজনাকে
উখাহতো তুমি থকা বুকু তে
বুকু তে আজি খেলা কৰে নজনাকে
উখাহতো তুমি থকা বুকু তে

নোকোৱা কথাবোৰ আজি
আলফুলে শুনিবা
হৃদইয়ে বিছাৰিছে তোমাক
সোণ প্ৰতি পল তুমি
মোৰে হয় ৰোৱা না
আদৰে ৰখিমে যেন হিয়াত

হাঁহি  হাঁহি ধাকি ধৰা
নজনাকে তুমিও নেদেখাকে
বুকুখনি কঁপি উঠে আৱেগৰ
আবেগতে গোপনে
বুকু তে আজি খেলা কৰে নজনাকে
উখাহতো তুমি থকা বুকু তে
বুকু তে আজি খেলা কৰে নজনাকে
উখাহতো তুমি থকা বুকু তে

হৃদয় ত গোপনে লিখা
অনুভৱ তুমি হোৱা
মাথো মোৰ তুমি হোৱা না
আলুখুৱা সপোনে আহি
কব খোজে বহু কথা
তুমাতে বিলীন হব দিয়া

হাঁহি  হাঁহি ধাকি ধৰা
নজনাকে তুমিও নেদেখাকে
বুকুখনি কঁপি উঠে আৱেগৰ
আবেগতে গোপনে
বুকু তে আজি খেলা কৰে নজনাকে
উখাহতো তুমি থকা বুকু তে
বুকু তে আজি খেলা কৰে নজনাকে
উখাহতো তুমি থকা বুকু তে