Amare Xokhiya Aakul Byakule Lyrics By Jyoti Prasad Agarwala

Song: Amare Xokhiya Aakul Byakule (আমাৰে সখিয়া আকুল বিয়াকুলে)

Singer: Jyoti Prasad Agarwala

Amare Xokhiya Aakul Byakule Lyrics
Amare Xokhiya Aakul Byakule Lyrics

Amare Xokhiya Aakul Byakule Lyrics:---

আমাৰে সখিয়া আকুল বিয়াকুলে
সপোনৰ হাঁহিটি চাই,
সপোনত কোঁৱৰে আহুদি আনিলে
মতলীয়া সখী খাই!

দিঠকৰ বাতৰি সপোনত মিলিলে
আছিল সখী বাটে চাই ৷

ফাগুনৰ বতাহে গাতে ছাটি মাৰে...
গাতে ছাটি মাৰি যায়
(হাঁহি) চুমাৰ পৰশনৰ জুতি পাই সখীয়াৰ
গাতে উৱাদিহে নাই
সখীয়াৰে গাতে উৱাদিহে নাই ৷৷

Post a Comment

Previous Post Next Post

Contact Form