Baigyanik Sayabady Lyrics By Jyoti Prasad Agarwala

Song:Baigyanik Sayabady 

Song:Jyoti Prasad Agarwala

Baigyanik Sayabady
Baigyanik Sayabady Lyrics

Baigyanik Sayabady

বৈজ্ঞানিক ছায়াবাদী
মোৰ এই গানবোৰ
কোনে কোনে গাৱ
অতীত বৰ্ত্তমান ভৱিস্যৰ

ই তিনি দিঠকৰ
সানমিহলিৰে ৰচা
মোৰ ই সপোনাৱলী
জানো চিনি পাৱ?
নীহাৰিকা জীৱনৰপৰা মই

যাত্ৰা কৰিলোঁ যুগান্তৰ
সপোনত মন্ত্ৰ জাৰি
দিঠকলে’ ৰূপ দিয়া

ময়ে খনিকৰ৷
ময়ো লিখো সোঁৱৰণী
নৱ ভৱিস্যৰ
শিল্পী মই তিনিও কালৰ৷৷

Post a Comment

Previous Post Next Post

Contact Form