Bijuli Batire Saki Joluwa Lyrics By Jyoti Prasad Agarwala

Song: Bijuli Batire Saki Joluwa (বিজুলি বাঁতিৰে চাকি জ্বলোৱা )

Singer: Jyoti Prasad Agarwala

Bijuli Batire Saki Joluwa Lyrics
Bijuli Batire Saki Joluwa Lyrics

Bijuli Batire Saki Joluwa Lyrics:---

বিজুলি বাঁতিৰে চাকি জ্বলোৱা   
কোঠাত কৰিলি কি?
পঢ়িলি, শুনিলি, জানিলি, বুজিলি
আৰু নতুনৰ সৃষ্টি কৰিলি যি ?

বিজ্ঞানৰ তই ফুল পাতেৰে
সজালি ফুলৰ দানি
নৱজীৱনৰ এই প্ৰকাশক
আপুনি লৈছোঁ মানি
বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলে যাম

অনুবীক্ষণৰ থাপনাতেই
সুন্দৰকেই বহি থকা পাম
বৈজ্ঞানিকৰ গৱেষণাৰ মন্দিৰলৈ যাম ৷৷

Post a Comment

Previous Post Next Post

Contact Form