Deuta Moi Aji Xopunot Lyrics By Jyoti Prasad Agarwala

Song: Deuta Moi Aji Xopunot (দেউতা মই আজি সপোনত)

Singer: Jyoti Prasad Agarwala 

Deuta Moi Aji Xopunot Lyrics
Deuta Moi Aji Xopunot Lyrics

Deuta Moi Aji Xopunot Lyrics:---

দেউতা মই আজি সপোনত
দেউতা মই আজি সপোনত
দেখিলোঁ এটা গান
তুমি যে লিখা সৰু গান
তাতোকে’ অকণমান ৷

মোৰ দৰেই তাৰো গাতো
কাপোৰ কানি নাই
চোলা পিন্ধিলে সিও হেনো বৰ বেয়া পায় ৷

তুমি যে দিছা মাজ কোঠালিত তানপুৰাটো থৈ
তাৰ তলতে
জুনুকা পিন্ধি নাচি আছিল
ঠুমুক্‌ ঠুমুক্‌ কৈ ৷

মোক দেখি সি খং কৰি গৈ
হামণিটোত সোমাল
নিগনি খোচাদি খুচি আছিলোঁ,         
তেওঁ গানটো নোলাল ৷৷

Post a Comment

Previous Post Next Post

Contact Form