Dukhiyar Sutaledi Lyrics By Jyoti Prasad Agarwala

Dukhiyar Sutaledi Lyrics By Jyoti Prasad Agarwala, visit AssameseLyrical.com for more Assamese Lyrics

Song: Dukhiyar Sutaledi (দুখীয়াৰ চোতালেদি)

Singer: Jyoti Prasad Agarwala

Dukhiyar Sutaledi Lyrics

Dukhiyar Sutaledi Lyrics:---

দুখীয়াৰ চোতালেদি
দুখীয়াৰ চোতালেদি
পোহৰৰ বীণ বাই
ব’হাগী কোঁৱৰটি যায়
হজুৱাৰ বনুৱাৰ
দুসাজি নিমিলাৰ
বুকুত ন সপোনৰ
জুইয়ে জ্বলাই ৷

বীণৰে কান্দোনত
ৰৈ ৰৈ উচুপে
অজলাৰ
নিচলাৰ শোক
জোঁকাৰত শিয়ঁৰে
যাউতী যুগৰে
পেটৰে মনৰে ভোক ৷

মোক অতদিনে আভুৱাভাৰিলে
মিছাৰ মায়াজালে তৰি
মিছাক সঁচা বুলি
নিজক দিলোঁ পঘা জৰী ৷

যুগৰ মিচিকিয়া হাঁহিত
ভোলে গৈ                   
মিছাক সঁচা বুলি মানি
অতদিনে ধৰি
ৰৈয়ে চাই থাকিলোঁ
কাঢ়ি খোৱা মোৰ
নিজে ৰন্ধা ভাতে-পানী ৷

পোহৰৰ দেশৰে ব’ৰাগী কোঁৱৰ ঐ
বীণৰে ভূঁইকপ কৰ
ভাগি য’ক ভাগি য’ক, বুলি হৈ উৰি য’ক,
যতবোৰ মিছাৰে
ভুৱাৰে সজোৱা ছলাহীৰে বৰে ঘৰ ৷৷

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0