Assamese Lyrics
Gaane Jodi Mur Lyrics By Jyoti Prasad Agarwala
Song: Gaane Jodi Mur (গানে যদি মোৰ)
Singer: Jyoti Prasad Agarwala
![]() |
| Gaane Jodi Mur Lyrics |
Gaane Jodi Mur Lyrics:—
গানে যদি মোৰ
নলৰাই তোক
আধামুদা চকুপাহি
মিছাকৈয়ে তেনে
মোৰ ফালে চাই
নাথাকিবি হাঁহি হাঁহি ৷
মোৰ যদি গানে
তোলৈ নানে
নুফুলা কলিৰ ব্যথা
মোৰ যদি গানে
তোক মনে মনে
নাই কোৱা একো কথা
মোৰ সপোনৰ
মোৰ গোপনৰ
আৰু, শুনা নাই যদি তই
মোৰ জীৱনৰ
তোৰে সুৰৰে বাঁহী ৷
মিছাকৈয়ে তেনে
মোৰ ফালে চাই
নাথাকিবি হাঁহি হাঁহি ৷৷
