Gaon Khoni Mur Dhuniya Lyrics By Jyoti Prasad Agarwala

Song: Gaon Khoni Mur Dhuniya (গাঁওখনি মোৰ ধুনীয়া)

Singer: Jyoti Prasad Agarwala

Gaon Khoni Mur Dhuniya Lyrics
Gaon Khoni Mur Dhuniya Lyrics

Gaon Khoni Mur Dhuniya Lyrics:---

গাঁওখনি মোৰ ধুনীয়া
গাঁওখনি মোৰ গুণীয়া
মৰমতে মৰোঁ
সেউজী আঁচল ধৰো ৷

গাঁওখনিকেই ভাবি ভাবি
কত সপোন ৰচোঁ... দুখ বেজাৰত
গাঁওখনিৰেই
মুখনি চাই
চকুৰ পানী মচোঁ ৷

মোৰ গাঁওখনি অ’, মোৰ মাওজনী অ’
তৰাতকৈও
জোনতকৈও
আকাশী চৰগতকৈও ভাল
ৰাতিপুৱাই বকুল সৰে, কপৌটিয়ে
নাচোন ধৰে ৷

দুৱৰিত শেৱালি পৰে
আমোল মোলাই
সোণসন্ধিয়া গধূলি গোপাল ৷৷

Post a Comment

Previous Post Next Post

Contact Form