Juire Aakili Tora Akakhot Lyrics By Jyoti Prasad Agarwala

Juire Aakili Tora Akakhot Lyrics By Jyoti Prasad Agarwala, visit AssameseLyrical.com for more Assamese lyrics

Song: Juire Aakili Tora Akakhot (জুইৰে আঁকিলি তৰা আকাশত)

Singer: Jyoti Prasad Agarwala

Juire Aakili Tora Akakhot Lyrics
Juire Aakili Tora Akakhot Lyrics

Juire Aakili Tora Akakhot Lyrics:---

জুইৰে আঁকিলি তৰা আকাশত
জুইৰে আঁকিলি তৰা আকাশত         
জুইৰে আঁকিলি তৰা

কোন কাহানিৰে পৰা ?
কোন কাহানিৰে পৰা
আকাশত আঁকিলি তৰা... আন্ধাৰ পোহৰ কৰা ?

পৃথিৱী আঁকিলি
ইমান ফুলৰে
শেৱালি নেৱালি পলাশেৰে
চম্পা কেতেকী পদুমৰে

ৰূপৰে
ৰসৰে
বৰণেৰে
গন্ধ গানৰে ভৰা
কোন কাহানিৰে পৰা ?
অনাদিকালৰ প্ৰথম শিল্পী তই
অশেষ সপোন
আঁকিছ বিশেষকৈ
এক নিমিষৰ মানৱ শিল্পী হৈ

আহিলোঁ পৃথিৱীলৈ
তয়ে অঁকা ছবি
সজাই পৰাই
শুৱনি কৰিবলৈ ৷৷


COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0