Assamese Lyrics
Nayane Nayane Lyrics By Apurba Das
Song: Nayane Nayane (নয়নে নয়নে)
Singer: Apurba Das
![]() |
| Nayane Nayane Lyrics |
Nayane Nayane Lyrics:—-
নয়নে নয়নে
সৌ যে মায়াবী বেলা
প্রথম দেখাতে সেই
হৃদয়ৰ ভাষা মোৰ
বুজি পালা
গোপনে গোপনে
সৌ যে মধুৰ বেলা
জোনক সাক্ষীটি কৰি
নিবিড় ৰূপত মোক আদৰিলা
(বিৰিণাৰ এটি পাত
বা লাগি কঁপিলে) ২
এটি মিঠা গীত হৈ
জোনাকো যে সৰিলে
জীৱন মৰুত মোৰ
অলকানন্দা যেন
জিৰি জিৰি নিজৰিলা
সৌ যে মায়াবী বেলা
প্রথম দেখাতে সেই
হৃদয়ৰ ভাষা মোৰ
বুজি পালা
ডালিমৰ ৰঙা ফুল একেলগে ফুলিলে
সোণাৰুৰ ফুল যেন উপচিহে পৰিলে
মৌমিঠা পাপৰিৰে চৌদিশে ভৰিলে
(অপৰূপ লগণত…….
…………………
জীৱনকে……….) *বুজি পোৱা নাই*
সৌ যে মধুৰ বেলা
জোনক সাক্ষীটি কৰি
নিবিড় ৰূপত মোক আদৰিলা
নয়নে নয়নে
সৌ যে মায়াবী বেলা
প্রথম দেখাতে সেই
হৃদয়ৰ ভাষা মোৰ
বুজি পালা
