Puwar Bokul Butoli Lyrics By Jyoti Prasad Agarwala

Song: Puwar Bokul Butoli (পুৱাৰ বকুল বুটলি)

Singer: Jyoti Prasad Agarwala 

Puwar Bokul Butoli Lyrics
Puwar Bokul Butoli Lyrics

Puwar Bokul Butoli Lyrics:---

পুৱাৰ বকুল বুটলি
অ’ সোণৰ পুতলি
পুৱাৰ বকুল বুটলি ল’ ৷
মোৰ থাপনাত নথবি
তোৰ থাপনাত নথবি
খোপাতে তোৰ
মালা পিন্ধি ল’ ৷

বকুল সৰা বননিত
কি দেখিলি ক’
আমোলমোলাই যোৱা গোন্ধৰ
ৰাতিপুৱাৰ সোণৰ ৰ’দৰ
গুণগুণনিত কি শুনিলি
মোৰ, গানত লিখি থ’ ৷৷

Post a Comment

Previous Post Next Post

Contact Form