Puwar Bokul Butoli Lyrics By Jyoti Prasad Agarwala

Puwar Bokul Butoli Lyrics By Jyoti Prasad Agarwala, visit AssameseLyrical.com for more Assamese lyrics

Song: Puwar Bokul Butoli (পুৱাৰ বকুল বুটলি)

Singer: Jyoti Prasad Agarwala 

Puwar Bokul Butoli Lyrics
Puwar Bokul Butoli Lyrics

Puwar Bokul Butoli Lyrics:---

পুৱাৰ বকুল বুটলি
অ’ সোণৰ পুতলি
পুৱাৰ বকুল বুটলি ল’ ৷
মোৰ থাপনাত নথবি
তোৰ থাপনাত নথবি
খোপাতে তোৰ
মালা পিন্ধি ল’ ৷

বকুল সৰা বননিত
কি দেখিলি ক’
আমোলমোলাই যোৱা গোন্ধৰ
ৰাতিপুৱাৰ সোণৰ ৰ’দৰ
গুণগুণনিত কি শুনিলি
মোৰ, গানত লিখি থ’ ৷৷

COMMENTS

LATEST UPDATES$type=blogging$cate=2$count=4

TOP ASSAMESE SONGS$type=blogging$cate=2$count=4

NEEL AKASH$type=two$h=0$meta=0$rm=0$snip=0