Tuk Moi Dekha Nai Lyrics By Jyoti Prasad Agarwala

Published on May 9, 2020

Song: Tuk Moi Dekha Nai (তোক মই দেখা নাই)

Singer: Jyoti Prasad Agarwala 

Tuk Moi Dekha Nai Lyrics
Tuk Moi Dekha Nai Lyrics

Tuk Moi Dekha Nai Lyrics:—

তোক মই দেখা নাই
তোক মই দেখা নাই
বিয়াকুল হৈ বিচাৰি ফুলিলে
তোক জানো লগ পাই ?

মোৰ চকুৰ মণিত তোৰ, ছবি জ্বলা নাই,               
মনে তোৰ কথা বুজা নাই,
তথাপি মই তোক ভাল পাওঁ
নেদেখিও তোক
নিবুজিও তোক

তোৰে গানকে গাওঁ
নেদেখা নমনা ছবিকে বিচাৰি         
জীৱনে জীৱনে যাওঁ ৷৷