Rukmini Song Lyrics By Babu Baruah

Song: Rukmini (ৰুক্মিণী)


Singer: Babu Baruah


Rukmini Song Lyrics
Rukmini Song Lyrics

Rukmini Song Lyrics:---


অ তোমাৰ দুচকুৰ কাজলে
ৰুক্মিণী পগলা মোক কৰিলে
অ তোমাৰ দুবাহুৰ মাজতে
ৰুক্মিণী জিৰাবলৈ দিবানে
অ তোমাৰ দুচকুৰ কাজলে
ৰুক্মিণী পগলা মোক কৰিলে
অ তোমাৰ দুবাহুৰ মাজতে
ৰুক্মিণী জিৰাবলৈ দিবানে

অ যদি ৰাশিযোৰা মিলে
তোমাক আনিমে পলুৱাই
চাদৰৰ উৰনিখন
তুমি লবা মেৰিয়াই
অ তোমাৰ দুচকুৰ কাজলে
ৰুক্মিণী পগলা মোক কৰিলে
অ তোমাৰ দুবাহুৰ মাজতে
ৰুক্মিণী জিৰাবলৈ দিবানে ঐ

সপোনৰ পালেঙত ঐ জান
তোমাকে ৰাখিছো
অ ঐ জান তোমাকে ৰাখিছো
অ দিঠকত সৰুকৈ ঐ জান
পজা এটি সাজিছো
অ ঐ জান পজা এটি সাজিছো

যৌৱনৰ ফুল ফুলিব
হৃদয়ৰ পুখুৰিত
আমি দুয়ো উমলিম
সাতুৰি নাদুৰি
অ তোমাৰ দুচকুৰ কাজলে
ৰুক্মিণী পগলা মোক কৰিলে
অ তোমাৰ দুবাহুৰ মাজতে
ৰুক্মিণী জিৰাবলৈ দিবানে ঐ

অ মনৰে কাৰেঙত ঐ জান
আশাৰ চাকি জলিব
অ ঐ জান আশাৰ চাকি জলিব
অ আমাৰে হেপাহবোৰ ঐ জান
খিলখিলাই হাঁহিব
অ ঐ জান খিলখিলাই হাঁহিব
মৰম যুগমীয়া হৈ সদায়ে থাকিব
জোন বেলি তৰায়ো
সাক্ষী হৈ ৰব
অ তোমাৰ দুচকুৰ কাজলে
ৰুক্মিণী পগলা মোক কৰিলে
অ তোমাৰ দুবাহুৰ মাজতে
ৰুক্মিণী জিৰাবলৈ দিবানে ঐ

অ ডেৰে না না ডেৰে না
অ ডেৰে না না ডেৰে না
অ ডেৰে না না ডেৰে না
অ ডেৰে না না ডেৰে না

Post a Comment

Previous Post Next Post

Contact Form