Achurjya Borpatra
Para Jodi Huana Mur Lyrics By Achurjya Borpatra
Song: Para Jodi Huana Mur
Singer: Achurjya Borpatra
![]() |
| Para Jodi Huana Mur |
Para Jodi Huana Mur Lyrics:—
(Music)….
মনে মনে আহি দুচকুৰে খেলি কিনো ক’লা মোক আজি
ধীৰে ধীৰে দেখোঁ হৃদয়তে মোৰ বাঢ়ে মৰম আজি
পাৰা যদি হোৱানা মোৰ
শিৰে শিৰে বোৱাহি চোন
খালি ৰাখিছোঁ কলিজাৰ এচোক
নোৱাৰিলে নকৰোঁ যোৰ
সামৰিম সপোন বোৰ
নহ’বা তুমি মাথোঁ দূৰ…
মনে মনে আহি দুচকুৰে খেলি কিনো ক’লা মোক আজি
ধীৰে ধীৰে দেখোঁ হৃদয়তে মোৰ বাঢ়ে মৰম আজি
অ’………..অ’… অ’………
(Music)…
কেতিয়াবা নিজানতে থমকি ৰৌ
বতাহঁতো প্ৰণয়ৰে চিনাকি ঢৌ
কেতিয়াবা নিজানতে থমকি ৰৌ
বতাহঁতো প্ৰণয়ৰে চিনাকি ঢৌ
সপোন দেখোঁ অযুত
নিথৰ গোপন বুকুত
সপোন দেখোঁ অযুত
নিথৰ গোপন বুকুত
অজানিতে এটি সুৰ নিগৰে চোন
হৃদয়তে বাজে মোৰ ৰুণ-জুন ৰুণ-জুন