Kun Meghor Xun Hoi Borokhun Lyrics By Ipsita Hazarika

Song: Kun Meghor Xun Hoi Borokhun (কোন মেঘৰে সোণ হৈ বৰষুণ)

Singer: Ipsita Hazarika

Kun Meghor Xun Hoi Borokhun Lyrics
Kun Meghor Xun Hoi Borokhun Lyrics

Kun Meghor Xun Hoi Borokhun Lyrics:—

{কোন মেঘৰে সোণ হৈ বৰষুণ} <——2 
{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ} <—–2

ৰুণ জুণ জুণ <—–2 … 
{কোন মেঘৰে সোণ হৈ বৰষুণ} <—–2 

{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ} <—-2
ৰুণ জুণ জুণ <—–2 

{পদূলিৰে জবা জুপিত অকণি কলি তোৰে কোমল পৰশ লাগি উঠিলে ফুলি} <—–2 
{পখী আহি গীত গালে ডালতে পৰি} <—–2

গুণ গুণ গুণ <—–2 
{কোন মেঘৰে সোণ হৈ বৰষুণ}<—–2 

{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<—–2
ৰুণ জুণ জুণ<—–2 

{বৰষুণৰ পৰশ লাগি সুৰুযে দিলেহি আঁকি আকাশতে সাত ৰঙৰে ৰামধেনু খনি}<—–2 
{বৰষুণে পৰশিলে মোৰে মনটি সাত ৰঙৰে ৰাঙলী হ’ল হিয়াখনি}<—-2

পখী হৈ গীত গাম ডালতে পৰি যেন পখী হৈ গীত গাম ডালতে পৰি গুণ গুণ গুণ<—–2 
{কোন মেঘৰে সোণ হৈ বৰষুণ}<—–2 

{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<—–2 
{কোন মেঘৰে সোণ হৈ বৰষুণ}<—-2 

{মোৰ চোতালত আহি নাচে ৰুণ জুণ জুণ}<—-2
ৰুণ জুণ জুণ  অ ৰুণ জুণ জুণ ৰুণ জুণ জুণ…..

Leave a Comment