Assamese Lyrics
Bao Soku Lorise Lyrics By Archana Mahanta
Song: Bao Soku Lorise (বাওঁ চকু ল’ৰিছে)
Singer: Archana Mahanta
![]() |
| Bao Soku Lorise Lyrics |
Bao Soku Lorise Lyrics:—
বাওঁ চকু ল’ৰিছে তুমি চাগে আহিবা ←২
মনে মনে মনে আহি চকু মুদাই ধৰিবা ←২
বাওঁ চকু ল’ৰিছে তুমি চাগে আহিবা
কি সাজ পিন্ধো বাৰু কি সাজ পিন্ধো
ওঁ কৈ দিয়াচোন
কৈ দিয়াচোন ! ←২
চকুত কাজল ল’লে
কেনে দেখি চোৱাচোন
চিঁচাৰ নিপিন্ধোঁ চুৰি
সাৱটোতে ভাঙিব
এনে যেন লাগিছে
তুমি আজি আহিবা
বাওঁ চকু ল’ৰিছে তুমি চাগে আহিবা
মনে মনে মনে আহি চকু মুদাই ধৰিবা
(তোমাক দেখিলে লাজ কিয় লাগে ক’বানে
কেনেকে যৌৱন তুমি কিবা জানানে)←২
নুবুজি বহুত কথা তুমি মাথোঁ আহিবা ←২
এনে যেন লাগিছে তুমি আজি আহিবা
বাওঁ চকু ল’ৰিছে তুমি চাগে আহিবা
মনে মনে মনে আহি চকু মুদাই ধৰিবা
বাওঁ চকু ল’ৰিছে তুমি চাগে আহিবা
তুমি চাগে আহিবা ←২
