Aji Fagunor Puwa Lyrics | Parvati Prasad Baruva and Bhupen Hazarika

Published on March 4, 2020

Song: Aji Fagunor Puwa (আজি ফাগুণৰ পুৱা)

Singer: Parvati Prasad Baruva and Bhupen Hazarika

Aji Fagunor Puwa Lyrics
Aji Fagunor Puwa Lyrics

Aji Fagunor Puwa Lyrics:—

আজি ফাগুণৰ পুৱা বেলাতেই
মেঘে ওন্দোলাই আনিলে,
আজি ফাগুণৰ পুৱা বেলাতেই
মেঘে ওন্দোলাই আনিলে;

আবতৰতেই নীল আকাশত
ক’লা ৰং কোনে সানিলে,
মেঘে ওন্দোলাই আনিলে,
আজি ফাগুণৰ পুৱা বেলাতেই
মেঘে ওন্দোলাই আনিলে;

বসন্ত উৎসৱ নহ’ল পতা
বসন্ত উৎসৱ নহ’ল পতা,
আধা কোৱা হ’ল
জ্যোতিৰ মেলৰ গুপুত কথা,
দেহী অ’ খৰিকাযাইৰ
উঠন বুকুৰ গুপন বেথা,
কোনেও নেজেনিলে…
মেঘে ওন্দোলাই আনিলে,
মেঘে ওন্দোলাই আনিলে,
আজি ফাগুণৰ পুৱা বেলাতেই
মেঘে ওন্দোলাই আনিলে;

পাতে পাতে পাতে জৰ্জৰণি
পাতে পাতে পাতে জৰ্জৰণি,
কোন বাউলিৰ কান্দোনৰ যেন
কৰুণ ধ্বনি,
হৃদয়ৰ বীনাখনিত
তাৰেই নেকি প্ৰতিধ্বনি
আধাৰ সানিলে,
মেঘে ওন্দোলাই আনিলে,
মেঘে ওন্দোলাই আনিলে….

আজি ফাগুণৰ পুৱা বেলাতেই
মেঘে ওন্দোলাই আনিলে,
মেঘে ওন্দোলাই আনিলে,
মেঘে ওন্দোলাই আনিলে….