Bhang Bhang Lohar (ভাং ভাং লোহাৰ) | Lyrics By Bishnu Prasad Rabha

Published on February 28, 2020

Song: Bhang Bhang Lohar (ভাং ভাং  লোহাৰ)

Singer: Bishnu Prasad Rabha

Bhang Bhang Lohar Lyrics
Bhang Bhang Lohar Lyrics

Bhang Bhang Lohar Lyrics:—-

ভাং ভাং ভাং ভাং
লোহাৰ শিকলি চিঙ
চিঙ চিঙ চিঙ চিঙ
দাসৰ বান্ধোন চিঙ
খোল খোল খোল খোল
কাৰাৰ ফাটক খোল
ভাং ভাং দুৱাৰৰ দাং
শুন সৌৱা শুন শুন
ঘেৰিছে ৰণ বিষাণ
মুক্ত আকাশে উৰে
দিপ্ত ৰঙা নিচান
ৰক্তেৰে ৰঞ্জিত সুৰুয উদীয়মান
শুন মুকুতিৰ তুৰুযৰ আহ্বান
হালোৱা হজুৱা হেৰ’ মজদুৰ কিষাণ
মুক্তিমান মুক্তিমান মুক্তিমান