Tez Dila Pran Dila Lyrics | তেজ দিলাঁ, প্ৰাণ দিলাঁ | Bhupen Hazarika

Published on February 19, 2020

Song: Tez Dila Pran Dila (তেজ দিলাঁ, প্ৰাণ দিলাঁ)

Singer: Bhupen Hazarika

Tez Dila Pran Dila Lyrics
Tez Dila Pran Dila Lyrics

Tez Dila Pran Dila Lyrics:—

তেজ দিলাঁ, প্ৰাণ দিলাঁ
ত্যাগ দিলাঁ ডেকা বন্ধু
পুনু আহিবা, আহি যুঁজিবা
যুঁজি জিকিবাই ডেকা বন্ধু।

তেজ দিলাঁ, প্ৰাণ দিলা,
ত্যাগ দিলাঁ, ডেকা বন্ধু
পুনু আহিবা, আহি যুঁজিবা
যুঁজি জিকিবাই ডেকা বন্ধু ।।

বেলি উঠিব, জোন থাকিব
আশা-ৰশ্মিৰ ৰেখা জ্বলিব
বেলি উঠিব, জোন থাকিব
আশা ৰশ্মিৰ ৰেখা জ্বলিব
তোমাৰেই গুণ গান
পুনু শুনিবাই ডেকাবন্ধু ।।
তেজ দিলা, প্ৰাণ দিলা
ত্যাগ দিলা ডেকা বন্ধু ।।
পুনু আহিবা, আহি যুঁজিবা
যুঁজি জিকিবাই ডেকা বন্ধু ।।
সৌৱা সমদল, ভাঙে হিলদল
সমৰোল কোলাহল, ৰক্তিম উজ্জ্বল
সৌৱা সমদল, ভাঙে হিলদল
সমৰোল কোলাহল, ৰক্তিম উজ্জ্বল ।
লুইত থাকিব, পণ থাকিব
গণ-তৰণীও নিতে চলিব
লুইত থাকিব, পণ থাকিব
গণতৰণীও নিতে চলিব
সমূহৰ কালিৰ বাবে
আজিক দিলা বন্ধু ।।