Bhupen Hazarika
O Kuliti Lyrics | অ’ কুলিটি | Bhupen Hazarika
কি গাইছাঁ
পিয়া পিয়া পিয়া নহয়
হিয়া দিয়া নিয়া
কৌটিকালৰ বনানি অপাৰ
নিজৰাৰ কঁপনি হেজাৰ
আই ঐ, তুমি মোৰ নে কাৰোবাৰ
কথা দিলোঁ, সদায় তোমাৰ
এই আশাতে, আনন্দতে
কিবা হয় ভুল
মদাৰ গছত যেন, এজাৰৰে ফুল
আগুৱাওঁ অহোৰাত্রি
অনন্ত সুৰৰে যাত্রী
নাহে যেন দুখ-ৰাত্রি
হওঁক নিতে ন-সৃষ্টি
তুমি গাই যোৱা
গীত মই লিখোঁ
মিঠা কবিতা
সেউজৰে সৰক সোণালী সবিতা
