Parijat (পাৰিজাত) Lyrics In Assamese | Lakhimai 2017 | Zubeen Garg | Sushmita

SONG: Parijat (পাৰিজাত)SINGER: Zubeen Garg & SushmitaALBUM: Lakhimai 2017 Parijat (পাৰিজাত) Lyrics In Assamese:– হম……. জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে…… জোনে দি উমলাম অভিমান দেখিলে পলকতে মৰি জাম কাষতে নাপালে……. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……. মুকুতা সৰিচে  মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে মুকুতা সৰিচে  মৰমৰ নামতে নিলিম হম তোমাৰেই দুবাহুৰ উমতে………. মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  মোৰ মন সৰগৰ হে পালা প্ৰান্ততে হয় ৰং সপোনৰ……….. সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান অ সোণ ৰূপেৰে জুখিব নোৱাৰা নোৱাৰো গনিব তোমাক ভাল পাওঁ কিমান মন দূৰনিৰ প্ৰেমৰ ঠিকনাত মৰম যাচিলা আকাশৰ সিমান………… মনে মনে আহি সপোনত চুমিবা নেলাগে দিবলৈ মৰমৰ উমনা মোৰ কলিজাত লিখিলা তুমি এটি এটি কবিতা মৰমৰ পাৰিজাত তুমিয়ে  … Read more

Oi Jaan Oi (ঐ জান ঐ) Lyrics | In Assamese | Zubeen Garg

SONG: Oi Jaan Oi (ঐ জান ঐ)SINGER: Zubeen Garg Oi Jaan Oi (ঐ জান ঐ) Lyrics In Assamese :- ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ আকাশ খন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰনিতে, ঐ জান তুমি থাকা ঐ জান সপোনত হৈ, ঐ জান আমাৰ দেখা ঐ জান ঐ…… ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান আহিল বৰদৈচিলা ঐ জান ঐ দিলে বিহুৰ বতৰা ঐ জান ঐ জাকে জাকে বিহুৱা ঐ জান ঐ ৰঙত হৈ বলিয়া ঐ জান তুমি আহিবা ঐ জান কপৌফুল আনিবা ঐ জান মোৰ ধিলা খোপাত ঐ জান তুমি গুজি দিবা ঐ জান ঐ…… ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ সাগৰত কিমান পানী ঐ জান ঐ কোনেনো জুখিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান ঐ তোমালৈ থকা মৰম ঐ জান ঐ কোনেনো বুজিব ঐ জান আনে জানো দিব ঐ জান তোমাৰ অন্তৰক ঐ জান কোনে বুজি পাব … Read more

Kun Tumi (কোন তুমি) Assamese Song – Lyrics | Zubeen Garg

SONG: Kun Tumi (কোন তুমি)SINGER: Zubeen Garg Kun Tumi (কোন তুমি) Assamese Song – Lyrics:– Let me hold your hand Let me feel your soul Give me a chance To turn your life around Let me hold your hand Let me feel your soul Give me a chance To turn your life around Life around……. কোন তুমি……. … Read more

Tumi Moi Edin (তুমি মই এদিন) By Zubeen Garg & Nirmali Das | Assamese Lyrics

SONG: Tumi Moi Edin (তুমি মই এদিন) SINGER: Zubeen Garg & Nirmali Das Tumi Moi Edin (তুমি মই এদিন) Assamese Lyrics:— তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে জোন থাকিব, তাতে তৰা থাকিব, তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… তাতে মৰমতে আমাৰ মাইনাই উমলি থাকিব…… জোনে পোহৰ দিব, তৰায়ো হাঁহিব, জোনাকেও গাব গান, তাৰে মাজে মাজে, তোমাৰ মোৰ মাজতে, থাকিব মৰমৰে তান……. থাকিব মৰমৰে তান……. সচাঁকৈ…. এদিন আমি ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে সুৰ থাকিব, তাতে হাঁহি থাকিব, তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. তাতে জিৰি জিৰি চেনেহৰ নিজৰা থাকিব…….. দুৱৰি নিয়ৰে, কিনো কথা পাতে, তাকে শুনিম আমি ৰৈ, সুখৰ দলিচাতে, জিৰাম আমি দুয়ো, উৰে জীৱনলে ঐ……. উৰে জীৱনলে ঐ……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, তাতে প্ৰেম থাকিব, তাতে হৃদয় থাকিব, তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তাতে জেতুকা বুলিয়া হাতৰ মৰম থাকিব……. তুমি মই এদিন জানা ঘৰ সাজিমে, ঘৰ সাজিমে, … Read more

Mur Monore Kolponat (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg | Lyrics In Assamese | Maa | Jetuka Huwana

Song: Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) Singer: Zubeen Garg Album: Maa Mur Monore Kolponar (মোৰ মনৰে কল্পনাৰ) By Zubeen Garg Lyrics In Assamese:– মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা মোৰ মনৰে কল্পনাত  জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা  অভিনম মৰমেৰে ব্যাকুল কৰা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা  অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অষ্ঠিৰ আৱেগৰ পৰশ লোৱা না অভিমানী দুচকুত শান্তি দিয়া না অময়া মৰমৰ সুবাস হোৱা না মোৰ মনৰে কল্পনাত জেতুকা হোৱানা মোৰ … Read more

Xunere Xojuwa Poja | সোণেৰে সজোৱা পজা | Lyrics In Assamese | Zubeen Garg

   Song: Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা)Singer: Zubeen GargAlbum: Mukti 1997 Xunere Xojuwa Poja (সোণেৰে সজোৱা পজা) Lyrics In Assamese:– সোণেৰে সজোৱা পজা জহি খহি যায় কোণে আহি সাজিবহি পাৰিব দুনাই….. সোণেৰে সজোৱা পজা জহি খহি যায় কোণে আহি সাজিবহি পাৰিব দুনাই…… এধানী এধানী কৈ মেদিনী হেৰাই সাতোৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই সোণেৰে সজোৱা পজা জহি … Read more

Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | Lyrics In Assamese | Zubeen Garg

  Song: Nao Loi Animgoi-Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) Singer: Zubeen Garg Nao Loi Animgoi Lyrics -Alokhuwa Mon (নাওঁ লৈ আনিম গৈ) | In Assamese নাওঁ লৈ আনিম গৈ বোকাৰে পদুম ঐ সাঁতুৰি আনিম গৈ তোক তোৰে মৰমে সৰগি পৰশে সাহসী কৰিছে মোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. হলেহক বৰনৈ ভয় নাই ভয় নাই মোৰ দুবাহুত শিপাইছে মৰমে মৰমে তোৰ দুবাহু মেলি সাঁতুৰিলা আদুৰি বোকাঁপানী নেওঁচি কলহেৰে আনি ৰাখিম বুকুতে তোক ৰৈয়া ৰ…. ও ..ও ..ও ..ঈ.. ৰৈয়া ৰৈ……. ঈকৰা বিৰিনাই দিব দলিছা পাৰি নৈৰে বোকাৰে লম ঠাই মচি জোনাকে জাচিব ফুল এপাহ জোনালী জোনাকে জাচিব ফুল এপাহ জোনালী মৰমে মৰমক পাব বিচাৰি মৰমে মৰমক পাব বিচাৰি … Read more

Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics | Jaanmoni | Zubeen Garg

Song Name: Phool Fulise Baxontor (ফুল ফুলিছে বসন্তৰ) Singer Name: Zubeen Garg Music Album: Jaanmoni Phool Fulise Baxontor | ফুল ফুলিছে বসন্তৰ | Assamese Lyrics::– ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… ফুল ফুলিছে বসন্তৰ, তুমি জানমনি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচোঁ তোমাক অন্তৰৰ…… গুণ গুণ কৈ ভোমোৰাঁ ফুলে ফুলে পৰিছে, থূপা থুপে নাহৰ তগৰ ডাল ভৰি পৰিছে, জানমনি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ ভৰসা, তুমিয়ে মোৰ বুকুৰে কলি…… জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. জুৰ মলয়া ফাগুনৰ, তুমি জানমনি মৰমৰ, প্ৰতিটো বসন্ততে মৰম যাচোঁ তোমাক হৃদয়ৰ…. ৰঙা নীলা পখিলা, জাকে জাকে উৰিছে, কু কু… কৈ কুলিটিয়ে পাতৰ আঁৰত মাতিছে…. অ জানমনি তুমিয়েই মোৰ প্ৰাণৰে পুতলা, তুমিয়ে মোৰ আশাৰে নিজৰা, তুমিয়ে মোৰ মৰমৰ মনি….. ন কুহিপাঁত আহতৰ, ন ধাল নামে লুইতৰ, সদায়েচোন থাকিবা, তৰা হৈ মোৰ মনৰ আকাশত…. ঢোল পেপা গৰজিলে, অসমৰ চুকে কোণে, তুমি কাষত নাথাকিলে , মনে কিবা কৰে…. … Read more

Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics | Zubeen Garg

Song Name: Aahe Ba Nahe (আহে বা নাহে)Singer Name: Zubeen GargAlbum: Pakhi Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics:— আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ…. সপোনকে লৈ…. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি, দিয়ে বা নিদিয়ে, ফাগুণৰে খবৰ, তুমি ৰুৱা যেন মোলৈ, আহে বা নাহে ঘূমতি, আহিবা ৰাতি সপোনকে লৈ….   চুৱে বা নুচুৱে নিয়ৰে…. শেৱালি পাহিতি শৰতে শৰতে, নাচে বা নানাচে জোনাকি হৈ, তুমি চোন নাচিবা , মোৰে হিয়াতে ৰৈ…. আহে বা নাহে ঘূমতি আহিবা ৰাতি সপোনকে লৈ….. জোৰে বা নোজোৰে বান্ধি লৈ, কিনো মৰমৰে এনাজৰীকে পাওঁ, বহে বা নবহে ফুলতে গৈ, ৰঙিলী পখিলী তুমি ৰঙেৰে চৈ….. আহে বা নাহে ঘূমতি আহিবা ৰাতি, সপোনকে লৈ….. সপোনকে লৈ….. থাকে বা নাথাকে শাওঁনৰে ধল তুমি, মৰমৰে নৈ….. মৰমৰে নৈ….. দুপাখি মেলি সমিৰে আহি, … Read more

Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Lyrics | Zubeen Garg & Priyanka

Song Name: Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Singer Name: Zubeen Garg & Priyanka Hiyar Epahi Golap (হিয়াৰ এপাহি গোলাপ) Lyrics:– শোণিতৰে সোঁতে সোঁতে,বয় তোমাৰে নাম,কলিজাৰে আশে পাশে,তোমালৈয়ে মৰম,ৰ’দে জোনাকে চুই থাকে প্রণয় কোলাত অ’ অ’ অ’ অ’ অ’ অ’….. হিয়াৰ এপাহি গোলাপ,হিয়াৰ এপাহি গোলাপ,ক’ব নোৱাৰো বাবেই সিৰাম গাৰু বুকুতে,জ্বলাব নোৱাৰো বাবেই সিমান চেনেহ বুকুতে,দুপৰৰ খবৰত নিশাৰো বতৰাত,সিৰে … Read more