O Nobou O Lyrics
O Nobou O Lyrics Song: O Nobou O Singer: Zubeen Garg Album: HiyaMon O Nobou O Lyrics অ’ নবৌ অ’ মোলৈ এজনী ছোৱালী চালিনে নাই…….(2X) কঁকাল খামুচীয়া লিহিৰি কঢীয়া কঁকাল খামুচীয়া লিহিৰি কঢীয়া বগিকৈ ধুনীয়া চাই অ’ নবৌ মোলৈ বাৰু তই এজনী ছোৱালী চালিনে নাই অ’নবৌ অ’ মোলৈ এজনী ছোৱালী চালিনে নাই. পঢ়িলো শুনিলো চাকৰি নাপালো … Read more