Bhobai Nasilu Lyrics

Song: Bhobai Nasilu

Song: Zubeen Garg, Deeplina Deka


Bhobai Nasilu Lyrics

ভবাই নাছিলোঁ মোৰ দৰে

তোমাৰ বুকুৰ সপোনবোৰো

যে সাৰে থাকে

জনাই নাছিলোঁ মোৰ বাবে

তোমাৰ হিয়াত প্ৰীতিৰ 

ঢৌবোৰেও খেলি থাকে

ভবাই নাছিলোঁ মোৰ দৰে 

তোমাৰ চকুৰ পিয়াহ

টোপিও হৈ মোৰে

জনাই নাছিলোঁ মোৰ বাবে 

তোমাক নিমাত জোনাক

বোৰেও খেদি ফুৰে

AssameseLyrical.com

লিখি লিখি থোৱা অলেখ 

শ কবিতাৰ শব্দ

তোমাৰ  আবেগৰে

ভবাই নাছিলোঁ মোৰ বাবে

তোমাৰ বুকুৰ সপোনবোৰো

যে সাৰে থাকে

তুমি চুলে সোণ

মায়া জাগি উঠে

তুমি প্ৰজাপতি 

ৰ’দে জানে

তুমি চালে চোন 

জুন তৰা বোৰে 

পোহৰ সামৰে আউসীতে

শেষ ঊষাহেও লৱ

তোমাতেই জিৰণি

তুমি যে মোৰ আধা 

লিখা জীয়া কাহিনী

মোৰ মন তুমাতেই শেৱালি

মোৰ প্ৰাণ তুমাতেই আজৰি

মোৰ মন তুমাতে আভিমানি

মোৰ প্ৰাণ তুমাতেই শান্তি

Leave a Comment