Snehe Amar Xot Lyrics | Bhupen Hazarika

Song: Snehe Amar Xot (স্নেহে আমাৰ শত) Singer: Bhupen Hazarika Snehe Amar Xot Lyrics Snehe Amar Xot Lyrics:— স্নেহে আমাৰ শত শ্ৰাৱনৰ ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনে যৌৱন-বাসনাৰ ৰিক্তোপকূল পূৰ্ণ কৰে উন্মত্ত বানে । নিৰ্জ্জন স্তব্ধ তিমিৰৰ পাৰ ভাঙি উচ্ছল জীৱনৰ জোৱাৰ আনে অপৰূপ বাৰিষাৰ তৰঙ্গ ৰাশিয়ে নাচে নৱ সৃষ্টিৰ গানে। বিদ্যুৎক্ষিপ্ৰ নয়নে তোমাৰ মৌন ভাষাৰ উন্মাদনা সানে … Read more

Ki Bisari Ure Jibon Lyrics | Bhupen Hazarika

Song: Ki Bisari Ure Jibon (কি বিচাৰি ওৰে জীৱন) Singer: Bhupen Hazarika Ki Bisari Ure Jibon Lyrics Ki Bisari Ure Jibon Lyrics:— কি বিচাৰি ওৰে জীৱন কেনি আগুৱালো বহু ধনৰ মোহত পৰি মূলো হেৰুৱালো । যাবৰ পৰত হাঁহি হাঁহি এন্ধাৰলৈ গʼলো অতি লোভত পৰি আজি পাপত বন্দী হʼলো । মানুহকে মানুহ বেচি , বেহা পাতিছিলোঁ আনৰ সুখক … Read more

Janak Puror Jankiye Lyrics | Bhupen Hazarika

Song: Janak Puror Jankiye (জনকপুৰৰ জানকীয়ে) Singer: Bhupen Hazarika Janak Puror Jankiye Lyrics Janak Puror Jankiye Lyrics:— জনকপুৰৰ জানকীয়ে মিচিক-মাচাক হাঁহে ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে। বুধৰ গলত ৰঙা ৰুমাল বাহুত তামৰ তাবিজ কʼলা চুলিত কত যে ভাঁজ দেহত ৰঙীণ কামিজ কাজল সনা চকু দুটাই হাঁহে ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে। জানকীৰে লাহী কঁকাল বতাহতে … Read more

Basi Basi Tumake Basim Lyrics | Deepshikha Bora & Joy Nirvan

Song: Basi Basi Tumake Basim (বাচি বাচি তোমাকে বাচিম) Singer: Deepshikha Bora & Joy Nirvan Basi Basi Tumake Basim Lyrics Basi Basi Tumake Basim Lyrics:— ধৰো নধৰো কৈ তোমাৰ হাতত ধৰিম তুমি নপৰিলেও তোমাৰ প্ৰেমত পৰিম নাচাবা দেই আনলৈ জলি পুৰি মৰিম ক’বও নোৱাৰো কোৱা কিনো কৰিম বাচি বাচি তোমাকে বাচিম হাঁচতিতে যতনাই সাঁচিম কপালতে চুমাতো আঁকি … Read more

Thakim Tumar Hote Lyrics | Meghali Borokha & Jay Nirvan

Song: Thakim Tumar Hote (থাকিম তোমাৰ স’তে) Singer: Meghali Borokha & Jay Nirvan Thakim Tumar Hote Lyrics Thakim Tumar Hote Lyrics:— অ…. অ….. দুটি জীৱনৰে এখনি তুলুঙা নাওঁ তুমি য’তেই যোৱা মইয়ো লগতে যাওঁ আমি সজালোঁ  চকুতে চকু থৈ সপোন এটি তাতেই তুমি মই তোমালৈ মৰম জাগে তোমালৈ চেনেহ জাগে তোমাক পালে সচাঁকৈ একোৱেই চোন নালাগে তোমালৈ … Read more

Gaan Eti Guana Lyrics | Zubeen Garg and Papori Gogoi

Song: Gaan Eti Guana (অ’ গান এটি গোৱানা) Singer: Zubeen Garg and Papori Gogoi Kar Janu Poroxot Lyrics Kar Janu Poroxot Lyrics অ’ গান এটি গোৱানা অ’ মাঁ হাত বুলাই দিয়ানা অ’ মাঁ অ’ গান এটি গোৱানা অ’ মাঁ হাত বুলাই দিয়ানা অ’ মাঁ সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না মই শুব পৰা নাই অ’ মাঁ বুকুখন … Read more

Kar Janu Poroxot Lyrics | Rudra Baruah

Song: Kar Janu Poroxot (কাৰ জানো পৰশত) Singer: Rudra Baruah Kar Janu Poroxot Lyrics Kar Janu Poroxot Lyrics:— কাৰ জানো পৰশত ফুলি উঠে মোৰ মাধৈ-মালতী পাহি পশ্চিম অকাশখনি ৰটোৱালে ঢকা আজি তাৰ মাজে আহে মোৰ  সোণৰ সপোন ভাঁহি ভাঁহি। তৰা বছা আকাশৰ লাজুকী জোনে ওলগ জনায় যেন মিচিকি হাঁহি চালেদি সৰাগ দেখা পঁজাটিত যেন বাজি উঠে শত … Read more

O Hori Ekhon Srajila Lyrics | Bhupen Hazarika

Song: O Hori Ekhon Srajila (অʼ হৰি, ইখন স্ৰজিলা) Singer: Bhupen Hazarika O Hori Ekhon Srajila Lyrics O Hori Ekhon Srajila Lyrics:– অʼ হৰি, ইখন স্ৰজিলা কিনো শান্তি নিকেতন বাল্মীকিদেউ বহি আছে যেন হিমাচল।। চন্দন বন হালি-জালি সুগন্ধি বিলায় পাৰিজাত হাসি মাৰি ভ্ৰমৰ ভুলায়।। অʼ শিষ্যসৱে পুষ্প আনে আঞ্চোল ভৰিয়া মৃগ শিশু সঙ্গে নাচে আনন্দ কৰিয়া।। অʼ … Read more

Gaonre Jiyari Lyrics | Bhupen Hazarika

Song: Gaonre Jiyari (গাঁৱৰে জীয়াৰী) Singer: Bhupen Hazarika Gaonre Jiyari Lyrics Gaonre Jiyari Lyrics:— গাঁৱৰে জীয়াৰী সপোন সুন্দৰী গাঁৱতে সৰগ ৰচোঁ মই মাটিতে সৰগ ৰচোঁ মই দেৱতাই ৰ লাগি চায়। ধুনীয়া মন মোৰ কুমলীয়া বাহু দুটি মোৰ লহপহীয়া কাকনো সাবটিব খুজি অলিয়া-বলিয়া হয়। অ’……….. দেহাৰ বৰণ মোৰ চম্পাফুলীয়া চুলিৰ বৰণ মোৰ এন্ধাৰকʼলীয়া খোজত মলয়া বয়। গাঁৱৰে ধাননিৰে … Read more

Aji Bule Rongali Bihu Lyrics | Bhupen Hazarika

Song: Aji Bule Rongali Bihu (আজি বোলে ৰঙালী বিহু) Singer: Bhupen Hazarika Aji Bule Rongali Bihu Lyrics Aji Bule Rongali Bihu Lyrics:— কথাঃ শিহুটো ওলোৱাদি বিহুটোও ওলায়হি বছৰি। গীতঃ লুইতত ভোটোঙাই ওলাল শিহু আজি বোলে ৰঙালী বিহু বিহু। যেন লেতেকুৰে থোক ধেমালি চাই যা ধেমালি চা। সমাজৰ পথাৰত কোন খেলুৱৈয়ে কাক বা সাজিছে ঢোপ ৰাইজৰ এইগাল লোক দলদোপ দলদোপ … Read more