Ki Je Tumar Hongo Priya Lyrics | Bhupen Hazarika

Song: Ki Je Tumar Hongo Priya (কি যে তোমাৰ সংগ প্ৰিয়া) Singer: Bhupen Hazarika Ki Je Tumar Hongo Priya Lyrics Ki Je Tumar Hongo Priya Lyrics:— কি যে তোমাৰ সংগ প্ৰিয়া মিঠা তোমাৰ সংগ, তোমাৰ অংগ জ্বলন্ত জুই মই যে পতংগ । জীৱনৰ ৰস যিমান তৃষ্ণাও বাঢ়ে সিমান এই নিশা নেলাগে সোণ কথাৰ প্ৰসংগ ।। তোমাৰ অংগ … Read more

Jibon Xindhu Bohu Bindure Hoi Lyrics | Bhupen Hazarika

Song: Jibon Xindhu Bohu Bindure Hoi (জীৱন-সিন্ধু বহু বিন্দুৰে হয়) Singer: Bhupen Hazarika Jibon Xindhu Bohu Bindure Hoi Lyrics Jibon Xindhu Bohu Bindure Hoi Lyrics:— জীৱন-সিন্ধু বহু বিন্দুৰে হয় যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ। অলস চিন্তা অগভীৰ আঁচনিয়ে জয়ৰ বাসনা কৰে চূৰ্ণ।। অসমবাসী এমুঠি মানুহ তাতে যদি হয় নানান প্ৰভেদ সামূহিক মংগল হয় মষিমূৰ উমি উমি থাকে … Read more

Jauti Jugiya Dhone Mur Lyrics | Jyoti Prasad Agarwala

Song: Jauti Jugiya Dhone Mur (যাউতিযুগীয়া ধনে মোৰ) Singer: Jyoti Prasad Agarwala Jauti Jugiya Dhone Mur Lyrics Jauti Jugiya Dhone Mur Lyrics:— যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন যাউতিযুগীয়া ধনে মোৰ অ’ যাউতিযুগীয়া ধন প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ মোৰ প্ৰাণ যাউতিযুগীয়া ধনে মোৰ অ’। যাউতিযুগীয়া ধন। স্মৃতিৰ ছবিখনি প্ৰণয় … Read more

Maghore Mahote Lyrics | Bhupen Hazarika

Song: Maghore Mahote (মাঘৰে মাহতে) Singer: Bhupen Hazarika Maghore Mahote Lyrics Maghore Mahote Lyrics:— তেৰশ চৌৱন্নৰ মাঘৰে মাহতে ষোল্লৰে বিয়লি বেলা পৃথিৱীৰ শিৰতে ব্ৰজপাত পৰিলে বাপুজী কʼলৈনো গʼলাঁ ? এন্ধাৰৰ মাজেদি জোঁৰ লৈ আহিলাঁ অশেষ যাতনা ভেদি মৰমৰ হাঁহিৰে হেংদান ভাঙিলাঁ অসত্যক কেনিবা খেদি।। পৃথিৱীখনিয়ে হিংসাৰ তেজেৰে যেতিয়া ৰাঙলী হʼল অহিংসাৰ বাণীৰে ধুৱালা-পখালা শতৰু বিস্ময় গʼল।। অকলে … Read more

Eiye Mur Xekh Gaan Lyrics | Bishnu Prasad Rabha

Song: Eiye Mur Xekh Gaan (এয়ে মোৰ শেষ গান) Singer: Bishnu Prasad Rabha Eiye Mur Xekh Gaan Lyrics Eiye Mur Xekh Gaan Lyrics:— এয়ে মোৰ শেষ গান | মোৰ জীৱন-নাটৰ শেষ ৰাগিনী কল্যাণ খৰমান | পাতনিতে বালোঁ ধেমালি নান্দী ভঙ্গী সূত্ৰধাৰ হাঁহি বিননিয়ে ভাও দিলোঁ নানা বোৱালোঁ অশ্ৰু ধাৰ নৱ-নৱ ৰসে বালোঁ ভাৱ নাও আশাৰ নিৰাশাৰ আজি … Read more

Junake Kane Kane Lyrics | Zubeen Garg

Song: Junake Kane Kane (জোনাকে কানে কানে) Singer: Zubeen Garg Junake Kane Kane Lyrics Junake Kane Kane Lyrics:— জোনাকে কানে কানে আহি ক’লে নিবিড় অবুজ ভাষাৰে তুমি মোৰ মাথোঁ মোৰ নীৰৱে জ্বলি থকা তৰাবোৰে বাৰে বাৰে কব খোজে তুমি মোৰ মাথোঁ মোৰ তুমি মোৰ মাথোঁ মোৰ ফুলৰ পাহে পাহে মেঘৰ আৰে আৰে তুমি আছা প্ৰীতি হৈ মোৰ … Read more

Xurore Deulore Lyrics | Bishnu Prasad Rabha

Song: Xurore Deulore (সুৰৰে দেউলৰে) Singer: Bishnu Prasad Rabha Xurore Deulore Lyrics Xurore Deulore Lyrics:– সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী পূজাৰী অ’ সুৰৰে দেউলৰে ৰূপৰে শিকলি ভাঙি দিলি খুলি দুৱাৰ সোণোৱালী পূজাৰী অ’ পূজাৰী অ’ সুন্দৰ পূজাৰী অ’ সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী সুন্দৰ পূজাৰী অ’ যাউতি যুগীয়া বৰগীত অমিয়া বনগীত সুৰীয়া বনগীত সুৰীয়া … Read more

Xu Usso Paharor Lyrics | Bhupen Hazarika

Song: Xu Usso Paharor (সুউচ্চ পাহাৰৰ) Singer: Bhupen Hazarika Xu Usso Paharor Lyrics Xu Usso Paharor Lyrics:— সুউচ্চ পাহাৰৰ শৃংগলৈ উঠা মই (এক) প্ৰেমিক অশ্বাৰোহী; দুৰন্ত অশ্বৰ পদধ্বনিত উন্মাদ হোৱা এক চিৰ বিদ্ৰোহী। টিক্‌ টিক্‌ টিক্‌ টিক্‌ সময়ৰ ছন্দত ধপ্‌ ধপ্‌ শব্দ বাজে কলিজাৰ, প্ৰেমৰ ছন্দ মোৰ প্ৰতি ধমনিতে দুৰ্বাৰ ছন্দ আছে কামনাৰ। সৌৱা পাহাৰৰ শৃংগত আছে … Read more

Ur Ur Xantir Pokhiti Lyrics | Bhupen Hazarika

Song: Ur Ur Xantir Pokhiti (উৰ্‌ উৰ্‌ শান্তিৰ পখীটি) Singer: Bhupen Hazarika Ur Ur Xantir Pokhiti Lyrics Ur Ur Xantir Pokhiti Lyrics:– উৰ্‌ উৰ্‌ শান্তিৰ পখীটি উৰ্‌ উৰ্‌ শান্তিৰ পখীটি। এই আকাশ, এই ভূমি নকৰিবি মৰুভূমি বিষৰ ধোঁৱাৰে এন্ধাৰ। এই মানুহ, এই প্ৰদেশ এই দেশ, এই স্বদেশ শোষণমুক্ত কৰ্‌ এইবাৰ। ৰংমন ৰঙিলী শুন্‌ তহঁতৰ বহুতো গুণ মুঠিত … Read more

Otikoi Senehor Lyrics | Bhupen Hazarika

Song: Otikoi Senehor (অতিকৈ চেনেহৰ) Singer: Bhupen Hazarika Otikoi Senehor Lyrics Otikoi Senehor Lyrics:— অতিকৈ চেনেহৰ বহলকৈ পৃথিৱী তাতোকৈ চেনেহৰ ভাই, তাতোকৈ চেনেহৰ ভল্গাৰ বান্ধৈ ঐ আনন্দৰে সীমা নাই। ৰুছ দলৰ কি ক্ষিপ্ৰতা চাব, কি কৌশল চাব? সমাজৰে পথাৰতে কিনো ঢোপ খেলিলাঁ পাৱতে যেন এঠা সনা আছে সেই এঠাৰে তোমাৰ আমাৰ দুখন বুকু এখন হʼল ৰঙতে চোন … Read more