Uri Uri Jai Lyrics by Deeplina Deka

Uri Uri Jai Lyrics

Listen to Uri Uri Jai, an Assamese song by Deeplina Deka, from the album Uri Uri Jai. Enjoy this melodious track online and dive into the soulful rhythms of Assamese music. Uri Uri Jai Lyrics Details The song features the soulful vocals and captivating performance of Deeplina Deka, with music composed by Dikshu Sharma and … Read more

Barikhare Banot | Zubeen Garg | Babu Baruah

Song: Barikhare BanotSinger: Zubeen Garg & Babu Baruah Barikhare Banot Lyrics by Zubeen Garg and Babu Baruah বাৰিষাৰে বানতঅ দাদাপৰিছেনে মনততোৰ দাদা বাৰিষাৰে বানতঅ বাবুপৰিছেনে মনততোৰ বাবু বঠা মাৰিছিলোঁ যেকলৰে নাওতধেমালি ধেমালি তে যাওঁ দূৰলৈভয়ে ভয়ে আহোঁ ঘৰলৈ বাৰিষাৰে বানতঅ দাদাপৰিছেনে মনততোৰ দাদা বঠা মাৰিছিলোঁ যেকলৰে নাওতমিঠা মিঠা কথাবোৰআছেনে মনতমন যায় উভতি গাঁৱলৈ (Music) চোতালতে … Read more

Ujonire Rail Khoni | Zubeen Garg

Song: Ujonire Rail KhoniAlbum: Golden Collection Of Zubeen Vol IVSinger: Zubeen Garg Ujonire Rail Khoni Lyrics by Zubeen Garg উজনিৰে ৰে’ল খনি বুকুতে চলিছেনামনিৰে ধুমুহা মোৰ মনতে বলিছে উজনিৰে ৰে’ল খনি বুকুতে চলিছেনামনিৰে ধুমুহা মোৰ মনতে বলিছে দেখিলোঁ তোমাকে মইদেহতে লাগিলে জুইআৱেশে আৱেশে ৰৈনাথাকো আৰু শুই লাগিব লাগিবই তোমাকেঝক ঝক ঝক ৰে’ল চলেচলে মোৰ বুকুতেধুম … Read more

Rowd Aji Keni Pao | Zubeen Garg

Song: Rod Aji Keni PauAlbum: Golden Collection Of Zubeen Vol – ISinger: Zubeen GargLyrics: Zubeen Garg Rowd Aji Keni Pao Lyrics by Zubeen Garg ৰ’দ… ৰ’দ আজি কেনি পাওঁৰ’দ … ৰ’দ আজি কেনি চাওঁ খিৰিকি মেলি সমুখত আন্ধাৰহে পাওঁকোঠালি এৰি বাহিৰত পথ হেৰাওঁ ৰ’দ… ৰ’দ আজি কেনি পাওঁৰ’দ … ৰ’দ আজি কেনি চাওঁ (Music)… মন … Read more

Bokul Phulor Dore Lyrics by Zubeen Garg

SONG: BOKUL PHULAR DORESINGER: ZUBEEN GARG Bokul Phulor Dore Lyrics by Zubeen Garg (Music).. বকুল ফুলৰ দৰেজোনাকৰ পখী উৰেবকুল ফুলৰ দৰেজোনাকৰ পখী উৰেএন্ধাৰে এন্ধাৰেএন্ধাৰে এন্ধাৰেবকুল ফুলৰ দৰে বকুল ফুলৰ দৰেজোনাকৰ পখী উৰেবকুল ফুলৰ দৰেজোনাকৰ পখী উৰে (Music)… নীলিমাৰ আচঁলতে টোপেটোপেনীলিমাৰ আচঁলতে টোপেটোপেচকুপানী সৰে নীলিমাৰ আচঁলতে টোপেটোপেনীলিমাৰ আচঁলতে টোপেটোপেচকুপানী সৰে বকুল ফুলৰ দৰে মনৰনিজানতবকুল ফুলৰ দৰে … Read more

Priti Bhora Lyrics – Gitali

প্ৰীতি ভৰা (Music)… প্ৰীতি ভৰা সপোনৰে গাঁথাশুনাচোন এবাৰ আহি,তুমি মই একে হৈ ওমলিমসোণালী এই পৃথিৱীত । আৱেগৰে পছোৱা বুকুতে বলিছেজনম জনম মোৰে হোৱা,হেঁপাহো জাগিছে বুকুতে প্ৰীতি ভৰা সপোনৰে গাঁথাশুনাচোন এবাৰ আহি! (Music)… যদি তুমি মোৰ হোৱাআঁউসীও জোনাকে ভৰা,নীলা ধকা হাঁহিচাটিবাউলি মন চুমি যোৱা । আৱেগৰে পছোৱা বুকুতে বলিছেজনম জনম মোৰে হোৱাহেঁপাহো জাগিছে বুকুতে!! প্ৰীতি ভৰা … Read more

Dino Doyal – Kalpana Patowary | Ulta Desher Palta kotha

Song: Dino Doyal Vocals: Kalpana Patowary Album: Ulta Desher Palta Kotha (Music)… দিনো দয়াল কৰোঁনা মই ৰাম নাৰায়ণ দিনো দয়াল কৰোঁনা মই ৰাম নাৰায়ণ দিনো দয়াল কৰোঁনা মই ৰাম নাৰায়ণ আৰে উল্টা দেশৰ পাল্টা কথা উল্টে কাটে চুঙা হে উল্টা দেশৰ পাল্টা কথা উল্টে কাটে চুঙা হে হাঁহে শিয়ালক খেদে আৰে হে হাঁহে শিয়ালক খেদে … Read more

Borokha potharot – Meer Deep

Song: Borokha Potharot Singer: Meer Deep সপোন হৈ আহিলা সপোন হৈ বাঢ়িলা ঐ যৌৱনৰ পথাৰত মোৰ মৰম লৈ মৰমী ঐ আনৰ হৈ লগৰী নহ’বা নহ’বা দূৰ (Music)… বৰষা পথাৰত অ’ ভনীতি ৰহেদৈ হালে বাই থাকিমে এহালি দমৰা লৈ চাহ দিব যাবানে অ’ ভনীতি ৰহেদৈ লাউনি ওঁঠতে মিচিকিয়া হাঁহি লৈ অ’ তোমাৰে ঐ কাৰণে মৰম নো … Read more

Aluguti Pitika Khang – Krishnamoni Chutia | Bordoisila Album | Barsha Rani Bishaya | Gunjan

Album- Bordoisila Song- Aalooguti Pitika Khang Singer – Krishnamoni Chutia অ অ অ অ…… অ অ অ অ…… আলু গুটি পিটিকা খাং অ মইনা দলনি পথাৰলে যাং আলু গুটি পিটিকা খাং অ মইনা দলনি পথাৰলে যাং ঐ গাৱঁৰে ডালিমি পথাৰলে আহিলে দুগালতে দুচুমা খাং ঐ গাৱঁৰে ডালিমি পথাৰলে আহিলে গালত ধৰি দুচুমা খাং য’তে  ত’তে … Read more

Modhulogon – Deeplina Deka | Latest Assamese song | Pranab Priyankush Baruah | Pallab Talukdar

Singer: Deeplina Deka & Pranab Priyankush Baruah Lyrics&Composition: Pranab Priyankush Baruah মধুলগনৰ মধুক্ষণ মধুলগনৰ মধুক্ষণ উগুল থুগোল মন আজি তোমাতেই মগন সঁপিলোঁ নিজকে তোমাক তুমিয়েই জীৱন তোমাৰেই উশাহত সিছিলোঁ মোৰে জীৱন তোমাৰেই কপালত থাপিলোঁ ৰঙা ফাগুন মধুলগনৰ মধুক্ষণ মধুলগনৰ মধুক্ষণ (Music)… তোমাৰেই মৰমক বুকুতে সামৰি ৰাখিমে উৰে জীৱন তোমাৰেই সপোনক দুহাতে সাবটি ৰাখিমে উৰে জীৱন … Read more