Mur Kothai Amoni Korene | Zubeen Garg | Gunjan Bhardwaj
Singer : Zubeen Garg MUSIC-JAYANTA KAKATI TUNE- PANKAJ CHUTIA/ JAYANTA KAKATI LYRICS- PANKAJ CHUTIA মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে উত্তৰ লিখিবলে তুমি কিয় এনে কৰিলা এৰা সুঁতি এৰা দি এৰিলা মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা … Read more